Channel Thumbnail

Nayanmoni Kakoty

4,100 subscribers
0 views

About Nayanmoni Kakoty

Hello,মই Nayanmoni Kakoty .ঘৰ মোৰ গোলাঘাটত।আপোনালোক সকলোকে মোৰ চেনেল টোলৈ স্বাগতম জনাইছো ।মই এগৰাকী গাঁৱলীয়া সহজ সৰল বোৱাৰী,মাতৃ আৰু পত্নী ।গাঁৱৰ পৰিবেশত ঘৰতে থাকি পাকঘৰৰ recipe, cake বনোৱা, চিলাই কৰা ,সন্তানৰ সৈতে সময় পাৰ কৰা মুঠতে মোৰ daily life style vlog channal.এটা simple life মোৰ স্মৃতি বোৰ জীয়াই ৰখাৰ হেঁপাহ ।যদি আপোনালোকে চাবলৈ আগ্ৰহী তেতিয়া হ'লে মোৰ চেনেল টো subscribe কৰিব,like,comment, share কৰিব ।আপোনালোকৰ পৰা মৰম,সঁহাৰি আৰু আশীষ বিচাৰো যাতে মই আগুৱাই যাব পাৰো।

Recommended Channels